ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত : পলাশবাৰীত স্থাপন হ’ব আজিম প্রেমজী বিশ্ববিদ্যালয়

দেওবাৰে বিয়লিৰভাগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেটৰ বৈঠক অনুষ্ঠিত হয়। জনতা ভৱনত অনুষ্ঠিত হোৱা এই বৈঠকত অনাগত দিনৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Campus Guwahati

Details

অসমীয়া প্রতিদিন-23 Nov 2025